- Add new comment
- 150814 reads
নতুন দিল্লীঃ মহাৰাষ্ট্ৰৰ ভীমা-কাৰেগাৱত ২০১৮ বৰ্ষত সংঘটিত হিংসাত্মক ঘটনাক লৈ এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আনিছে আমেৰিকাস্থিত এটি ডিজিটেল ফৰেনছিক কোম্পানীয়ে। কোম্পানীটোৱে প্ৰকাশ কৰা এক শেহতীয়া প্ৰতিবেদনত উল্লেখ কৰা মতে উক্ত হিংসাত্মক ঘটনাৰ কেইদিনমান পিছতে এজন হেকাৰে সক্ৰিয় কৰ্মী ৰ’না উইলছনৰ কম্পিউটাৰত ২২টাকৈ 'ইনক্ৰিমিনেটিং’ ফাইল সুমুৱাই দিছিল।
এই ফাইলকেইটাকেই ২০১৮ চনৰ ১৫ নৱেম্বৰৰ পৰা প্ৰথমে পুণে আৰক্ষীয়ে আৰু পিছলৈ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ 'নিয়া’ই সাক্ষ্য প্ৰমাণ হিচাপে দাখিল কৰি আহিছে। এই সাক্ষ্য প্ৰমাণৰ ওপৰত ভিত্তি কৰিয়েই উইলছন আৰু অধিবক্তা, শিক্ষাবিদ, শিল্পীসহ ১৫ জনক জামিনবিহীন গোচৰত (এজনৰ বাদে, কবি বাৰবাৰা ৰাও বৰ্তমান জামিনত মুকলি হৈ আছে) কাৰাগাৰলৈ নিক্ষেপ কৰাৰ লগতে যোৱা...








Comments
Pages
Add new comment